cl 10 assamese mil ch 16

SEBA Class 10 Assamese Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা (Prachin Bharatiya Siksha) প্রশ্ন আৰু উত্তৰ Solutions | Asomiya Sahitya Chayanika

Chapter Overview: 

SEBA Class 10 Assamese Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা প্রশ্ন আৰু উত্তৰ are highly important learning resources for Class 10 Assamese MIL students preparing for SEBA and ASSEB examinations. These SEBA Class 10 Assamese Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা প্রশ্ন আৰু উত্তৰ include a complete Asomiya Sahitya Chayanika Prachin Bharatiya Siksha guide, detailed explanation, and exam-oriented answers prepared strictly according to the latest syllabus.

The lesson প্ৰাচীন ভাৰতীয় শিক্ষা (Prachin Bharatiya Siksha) highlights the ancient Indian education system, including Gurukul tradition, moral values, discipline, and holistic development of students. It explains how ancient education focused on character building, spiritual growth, and practical knowledge. Because of its historical, cultural, and educational significance, SEBA Class 10 Assamese Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা প্রশ্ন আৰু উত্তৰ hold a very important place in the Class 10 Assamese syllabus.

Prepared by experts of Assam Eduverse, these SEBA Class 10 Assamese Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা প্রশ্ন আৰু উত্তৰ help students understand traditional education clearly and improve analytical and answer-writing skills for HSLC Examination preparation.

SEBA / ASSEB Class 10 Assamese Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা (Prachin Bharatiya Siksha) Complete Solutions, Guide & Question Answers

প্ৰশ্নৱলী

ভাব-বিষয়ক :

১। চমু উত্তৰ লিখা :

(ক) তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা।
উত্তৰ : তক্ষশীলা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চাৰিজন প্ৰখ্যাত ছাত্ৰ হ’ল পাণিনি, চাণক্য, জীৱক আৰু অত্ৰেয় মুনি।

(খ) তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল?
উত্তৰ : তক্ষশীলালৈ পশ্চিম দেশ, পাৰস্য, বেকট্ৰিয়া আৰু মগধ আদি দেশৰ পৰা বহু ছাত্ৰ আহিছিল।

(গ) নাগাৰ্জুন কোন? ক’ত আছিল আৰু কি কৰিছিল?
উত্তৰ : নাগাৰ্জুন এজন প্ৰসিদ্ধ বৌদ্ধ দাৰ্শনিক আছিল। তেওঁ ভ্ৰাধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে দায়িত্ব পালন কৰিছিল আৰু দাৰ্শনিক চিন্তাধাৰা বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।

(ঘ) নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল? নিমন্ত্ৰণ কৰা ৰজাজন কোন?
উত্তৰ : নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীনা ছাত্ৰ য়ুয়ানচ্যাঙক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল। এই নিমন্ত্ৰণ কৰিছিল কামৰূপৰ ৰজা ভাস্কৰবৰ্মাই।

(ঙ) উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে, কেতিয়া ধ্বংস কৰিলে?
উত্তৰ : উদান্তপুৰী বিশ্ববিদ্যালয়ৰ বহুমূলীয়া পুথিভঁৰাল ১২০২ খ্ৰীষ্টাব্দত মুছলমানবিলাকে ধ্বংস কৰিছিল।

(চ) কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলনক্ষেত্ৰ আছিল?
উত্তৰ : উজ্জয়িনী বিশ্ববিদ্যালয় বিক্ৰমাদিত্যৰ ৰাজত্বৰ সময়ত ভাৰতবৰ্ষৰ বহুসংখ্যক পণ্ডিতৰ মিলনক্ষেত্ৰ হিচাপে পৰিগণিত হৈছিল।


২। ‘প্ৰাচীন ভাৰতীয় শিক্ষা’ পাঠটিৰ কথাখিনি চমুকৈ লিখা।
উত্তৰ : এই পাঠত প্ৰাচীন ভাৰতীয় শিক্ষাৰ উদ্দেশ্য, বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম, শিক্ষক-ছাত্ৰৰ আচৰণ, কলাবিদ্যাৰ বিভাজন আৰু বৰ্তমানৰ শিক্ষাৰ সৈতে প্ৰাচীন শিক্ষাৰ তুলনা কৰা হৈছে। শিক্ষা মূলতঃ মানুহক নৈতিক, আধ্যাত্মিক আৰু জ্ঞানমূলক ভাৱে বিকাশ কৰাৰ প্ৰক্ৰিয়া আছিল।


৩। প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ চমু পৰিচয়:

উত্তৰ: প্ৰাচীন ভাৰতত বহু খ্যাতনামা বিশ্ববিদ্যালয় আছিল। তলত কিছুমানৰ চমু পৰিচয় দিয়া হৈছে—

  • তক্ষশীলা: চিকিৎসা, ব্যাকৰণ, ৰাজনীতি আদি বিষয়ত শিক্ষা প্ৰদান কৰা হৈছিল। ইয়াত পাণিনি, চাণক্য, জীৱক আদি প্ৰসিদ্ধ পণ্ডিতই অধ্যয়ন কৰিছিল।
  • ভ্ৰাধান্যকটক: ইয়াত নাগাৰ্জুন অধ্যক্ষ আছিল আৰু হিন্দু তথা বৌদ্ধ ধৰ্মৰ শিক্ষা দিয়া হৈছিল।
  • নালন্দা: চিকিৎসা, দৰ্শন, তৰ্কশাস্ত্ৰ আদি শিক্ষাৰ ক্ষেত্ৰত সুপ্ৰসিদ্ধ। একেলগে প্ৰায় দহ হাজাৰ ছাত্ৰ অধ্যয়ন কৰিছিল।
  • উদান্তপুৰী: পালৰাজাৰ সময়ত খ্যাতি লাভ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত মুছলমানসকলে ইয়াৰ পুথিভঁৰাল ধ্বংস কৰিছিল।
  • বিক্ৰমশীলা: ধৰ্মপালৰ আমলত প্ৰতিষ্ঠিত। ইয়াত ১০৮ জন আচার্য আৰু বহু শিক্ষার্থী আছিল। বৌদ্ধ ধৰ্মৰ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত সুপ্ৰসিদ্ধ।
  • উজ্জয়িনী: জ্যোতিষশাস্ত্ৰৰ বাবে বিখ্যাত। বিক্ৰমাদিত্যৰ ৰাজত্বকালত পণ্ডিতসকলৰ মিলন আৰু জ্ঞান-অধিগমৰ কেন্দ্ৰ হিচাপে পৰিচিত।

৪। আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি? প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলা-বিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল?
উত্তৰ : আৰ্য শিক্ষাৰ কলাবিদ্যা আছিল ৬৪। বিশ্ববিদ্যালয়সমূহত এইবোৰ ১১ বিভাগত দিয়া হৈছিল — সাহিত্য, গৃহপাল বিদ্যা, ৰন্ধন, সাজ-সজ্জা, হাতেৰে কাম কৰা বিদ্যা, শিল্প, বিজ্ঞান, সংগীত, নাট্য, শিষ্টাচাৰ আৰু শাৰীৰিক ব্যায়াম বিদ্যা।


৫। আজি কালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা।
উত্তৰ : আগৰ কালত শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ বৃত্তি বিকাশ কৰি নৈতিক আৰু আধ্যাত্মিকভাৱে শক্তিশালী কৰা। ছাত্ৰসকলে চিন্তা, গৱেষণা আৰু সত্যৰ সন্ধানত গুৰুত্ব দিছিল। আজিৰ শিক্ষা প্ৰধানতঃ চাকৰি লাভৰ মাধ্যম হৈ পৰিছে। ফলত স্বাধীন চিন্তা আৰু নতুন তত্ত্ব আবিষ্কাৰৰ সংখ্যা কমি গৈছে। এইটোই প্ৰাচীন আৰু বৰ্তমান শিক্ষাৰ মূল পাৰ্থক্য।


চমু টোকা লিখা:

  • তক্ষশীলা বিশ্ববিদ্যালয়: ভাৰতৰ প্ৰথম বিশ্ববিদ্যালয় হিচাপে খ্যাত। চিকিৎসা, ব্যাকৰণ, ৰাজনীতি আদি বিষয়ত শিক্ষা প্ৰদান কৰা হৈছিল। পাণিনি, চাণক্য, জীৱক আদি বিখ্যাত পণ্ডিতই ইয়াত পঢ়িছিল।
  • বিক্ৰমশীলা বিশ্ববিদ্যালয়: ধৰ্মপালৰ আমলত প্ৰতিষ্ঠিত। ইয়াত প্ৰায় ১০৮ জন আচার্য আৰু বহু শিক্ষার্থী আছিল। বৌদ্ধ ধৰ্মৰ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত সুপ্ৰসিদ্ধ।
  • নালন্দা বিশ্ববিদ্যালয়: বিশ্বপ্ৰসিদ্ধ বিশ্ববিদ্যালয়। চিকিৎসা, দৰ্শন, তৰ্কশাস্ত্ৰ আদি বিষয়ত শিক্ষা দিয়া হৈছিল। প্ৰায় দহ হাজাৰ ছাত্ৰ অধ্যয়ন কৰিছিল। ভাস্কৰবৰ্মাই চীনা পণ্ডিত য়ুয়ানচ্যাঙক নিমন্ত্ৰণ কৰিছিল।

৭। ‘প্ৰাচীন ভাৰতীয় শিক্ষা’ প্ৰবন্ধটোৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা চমুকৈ লিখা।
উত্তৰ : শিক্ষাৰ মূল লক্ষ্য আত্ম-উন্নতি আৰু নৈতিক বিকাশ। বিশ্ববিদ্যালয়সমূহত বিশ্বমানৰ শিক্ষা দিয়া হৈছিল। শিক্ষক-ছাত্ৰৰ সন্মান, শৃংখলা, জ্ঞান-পিপাসাই শ্ৰেষ্ঠ আছিল। আজিৰ শিক্ষা চাকৰি-মুখী হ’ব নালাগে, স্বাধীন চিন্তা আৰু নতুন তত্ত্বৰ জন্ম দিয়া উচিত বুলি পাঠটোৱে শিকায়।


ভাষা-বিষয়ক

১। বাক্য ৰচনা কৰা ঃ

  • স্বাধীন চিন্তা : স্বাধীন চিন্তাই নতুন তত্ত্বৰ জন্ম দিয়ে।
  • জ্যোতিষশাস্ত্ৰ : উজ্জয়িনী বিশ্ববিদ্যালয়ত জ্যোতিষশাস্ত্ৰ শিক্ষা দিয়া হৈছিল।
  • পোৰা মাটি : ভাস্কৰ বৰ্মাৰ চিঠিৰ লগত এটা পোৰা মাটিৰ মোহৰ পোৱা গৈছিল।
  • বাহিৰে-ভিতৰে : নালন্দা বিশ্ববিদ্যালয়ৰ বাহিৰে-ভিতৰে দহ হাজাৰ ছাত্ৰ আছিল।

২। তলৰ শব্দকেইটাৰ সন্ধি ভাঙা ঃ

  • শিক্ষাগাৰ → শিক্ষা + আগাৰ
  • বিদ্যালয় → বিদ্যা + আলয়
  • পুৰুষাৰ্থ → পুৰুষ + অৰ্থ

SEBA Class 10 Assamese Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা প্রশ্ন আৰু উত্তৰ – Complete Exam Guide

For effective revision and confident exam preparation, SEBA Class 10 Assamese Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা প্রশ্ন আৰু উত্তৰ act as a complete learning guide for Class 10 Assamese MIL students. These SEBA Class 10 Assamese Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা প্রশ্ন আৰু উত্তৰ clearly explain the lesson and show how SEBA Class 10 Assamese Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা প্রশ্ন আৰু উত্তৰ help students understand the Gurukul system, moral education, and holistic learning.

Regular practice of SEBA Class 10 Assamese Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা প্রশ্ন আৰু উত্তৰ enables students to confidently attempt short and long Class 10 Assamese Chapter 16 question answers in SEBA and ASSEB examinations. All SEBA Class 10 Assamese Prachin Bharatiya Siksha solutions and ASSEB Class 10 Assamese Chapter 16 solutions are written strictly following the recommended answer-writing pattern.

This page includes SEBA Class 10 Assamese Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা প্রশ্ন আৰু উত্তৰ along with SEBA Class 10 Assamese Prachin Bharatiya Siksha solutions, Class 10 Assamese Chapter 16 question answers, and the complete Asomiya Sahitya Chayanika Prachin Bharatiya Siksha guide, making SEBA Class 10 Assamese Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা প্রশ্ন আৰু উত্তৰ a reliable one-stop resource for board exam preparation.

If you are searching for accurate, simple, and exam-focused SEBA Class 10 Assamese Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা প্রশ্ন আৰু উত্তৰ, this SEBA Class 10 Assamese Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা প্রশ্ন আৰু উত্তৰ guide will help you revise efficiently and score better marks with confidence.

FAQs – SEBA / ASSEB Class 10 Assamese Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা

1. প্ৰাচীন ভাৰতীয় শিক্ষা (Prachin Bharatiya Siksha) পাঠটোৰ মূল বিষয়বস্তু কি?

এই পাঠটোত প্ৰাচীন ভাৰতৰ শিক্ষাব্যৱস্থা, গুৰুকুল প্ৰথা, নৈতিক শিক্ষা আৰু জীৱনমুখী জ্ঞানৰ বিষয়ে আলোচনা কৰা হৈছে।

2. এই SEBA Class 10 Assamese Chapter 16 Solutions 2026–27 syllabus অনুসৰি নে?

হয়। এই SEBA Class 10 Assamese Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা প্রশ্ন আৰু উত্তৰ সম্পূৰ্ণৰূপে 2026–27 SEBA syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।

3. এই Solutions SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ বাবে প্ৰযোজ্য নে?

হয়। এই সমাধানসমূহ SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ Class 10 Assamese MIL পাঠ্যসূচীৰ সৈতে মিল আছে।

4. এই অধ্যায় HSLC Examination ৰ বাবে কিমান গুৰুত্বপূৰ্ণ?

এই অধ্যায়টো HSLC Examinationৰ বাবে গুৰুত্বপূৰ্ণ কিয়নো ইয়াত শিক্ষা, ইতিহাস আৰু দৰ্শনভিত্তিক প্ৰশ্ন থাকে।

5. ইয়াত Asomiya Sahitya Chayanika Prachin Bharatiya Siksha guide আছে নে?

অৱশ্যই। ইয়াত সম্পূৰ্ণ Asomiya Sahitya Chayanika Prachin Bharatiya Siksha guide উপলব্ধ।

6. এই Solutions উত্তৰ লিখাৰ দক্ষতা উন্নত কৰে নে?

হয়। সকলো উত্তৰ SEBA / ASSEB answer writing pattern অনুসৰি সাজি উলিওৱা হৈছে।

7. এই SEBA Class 10 Assamese Chapter 16 Solutions নিয়মিত আপডেট কৰা হয় নে?

হয়। পাঠ্যসূচীৰ পৰিবর্তন আৰু HSLC পৰীক্ষাৰ ধৰণ অনুসৰি এই সমলসমূহ নিয়মিতভাৱে আপডেট কৰা হয়।

🎓 About Assam Eduverse

Assam Eduverse is the best educational platform in Assam, offering SEBA, AHSEC (ASSEB), SCERT, CBSE, and Assam Board Solutions along with study materials, notes, and exam preparation guides to help students learn smarter and score higher.

Our expert-prepared answers and MCQs follow the latest Assam Board Syllabus and NCERT Syllabus. We make learning simple, accessible, and effective for all students preparing for board or competitive exams.📘 Visit Assam Eduverse for free Assam Board Solutions, notes, and Study Materials prepared by experts.

Leave a Comment