cl 10 assamese mil ch 15

SEBA Class 10 Assamese Chapter 15 বিষাদ যোগ (Bishad Yoga) প্রশ্ন আৰু উত্তৰ Solutions | Asomiya Sahitya Chayanika

Chapter Overview: 

SEBA Class 10 Assamese Chapter 15 বিষাদ যোগ প্রশ্ন আৰু উত্তৰ are highly important learning resources for Class 10 Assamese MIL students preparing for SEBA and ASSEB examinations. These SEBA Class 10 Assamese Chapter 15 বিষাদ যোগ প্রশ্ন আৰু উত্তৰ include a complete Asomiya Sahitya Chayanika Bishad Yoga guide, detailed explanation, and exam-oriented answers prepared strictly according to the latest syllabus.

The lesson বিষাদ যোগ (কথাগীতাৰ পৰা) is taken from the Bhagavad Gita and presents Arjuna’s mental conflict, sorrow, and moral dilemma on the battlefield. It reflects deep philosophical ideas related to duty, attachment, fear, and inner struggle. Because of its spiritual, ethical, and philosophical significance, SEBA Class 10 Assamese Chapter 15 বিষাদ যোগ প্রশ্ন আৰু উত্তৰ hold a very important place in the Class 10 Assamese syllabus.

Prepared by experts of Assam Eduverse, these SEBA Class 10 Assamese Chapter 15 বিষাদ যোগ প্রশ্ন আৰু উত্তৰ help students understand complex ideas clearly and improve analytical and answer-writing skills for HSLC Examination preparation.

SEBA / ASSEB Class 10 Assamese Chapter 15 বিষাদ যোগ (Bishad Yoga) Complete Solutions, Guide & Question Answers

প্ৰশ্নৱলী

ভাব-বিষয়ক :

১। চমু উত্তৰ দিয়া ঃ

(ক) মহাৰথী কাক বোলে?
উত্তৰ : যিজন একেলগে দশ সহস্ৰ ধনুকীযোদ্ধাৰ সৈতে যুদ্ধ কৰিব পাৰে তাক মহাৰথী বোলে।

(খ) কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা।
উত্তৰ : ভীষ্ম, দ্ৰোণ, কৰ্ণ, কৃপাচাৰ্য্য, অশ্বত্থামা, বিকৰ্ণ আৰু ভূৰিশ্ৰবা।

(গ) সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল?
উত্তৰ : শঙ্খ, ভেৰী, আনক, গোমুখ আদি নানা বাদ্যৰ মহাশব্দ হৈছিল।

(ঘ) আততায়ী কাক বোলে?
উত্তৰ : যিজনে বিষ দিয়ে, গৃহ জ্বলাই দিয়ে, ধন হৰি নিয়ে, ৰাজ্য কেঢ়ি নিয়ে, ভাৰ্যা অপকাৰ কৰে আৰু অস্ত্ৰধৰি আক্রমণ কৰে, তাক আততায়ী বোলে।

(ঙ) কুলক্ষয় দোষ কি?
উত্তৰ : কুলক্ষয় দোষ অৰ্থাৎ কুল ধ্বংস হ’লে কুলধৰ্ম নষ্ট হয় আৰু তাৰ ফলত অধৰ্ম প্ৰসাৰ হয়, বৰ্ণসঙ্কৰ সৃষ্টি হয়, কুল নৰকে গতি হয়।


২। তোমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা।
উত্তৰ : পাণ্ডৱসকলে মহাৰথত উঠি শঙ্খ বজালে। কৃষ্ণে পাঞ্চজন্য, অৰ্জুনে দেৱদত্ত, ভীমে পৌণ্ড্ৰ, যুধিষ্ঠিৰে অনন্ত, নকুলে সুঘোষ, সহদেৱে মণিপুষ্পক নামৰ শঙ্খ বজালে। লগতে কাশীৰাজ, সাত্যকি, ধৃষ্টদ্যুম্ন, বিৰাট, দ্ৰুপদ, দ্ৰৌপদীৰ পাঁচ পুত্ৰ আৰু অভিমন্যুৱেও শঙ্খ বজালে। এই শঙ্খধ্বনিৰ শব্দে দশোদিশ কঁপাই তুলিছিল আৰু কৌৰৱৰ সেনাত ভয় জন্মাইছিল।


৩। অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল?
উত্তৰ : অৰ্জুনে কৈছিল যাতে তেওঁ শত্রুবাহিনীৰ মুখামুখি হৈ কাক কাক যুদ্ধত মোকাবিলা কৰিব লাগিব জানিব পাৰে আৰু দুৰ্যোধনৰ পক্ষলৈ অহা বীৰসকলক চিনিব পাৰে।


৪। অৰ্জুনে যুদ্ধক্ষেত্ৰলে গৈ কাক কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্ৰীকৃষ্ণক কি ক’লে তোমাৰ নিজৰ কথাৰে লিখা।
উত্তৰ : অৰ্জুনে পিতামহ, পিতৃব্য, শিক্ষক, ভ্রাতৃ, পুত্ৰ, পৌত্ৰ, শ্বশুৰ, সখা আদি আপোন লোকক দুই সেনাত দেখিলে। তেওঁ তেওঁলোকক যুদ্ধক্ষেত্ৰত দেখিলে গভীৰ কষ্ট পালে আৰু কৃষ্ণক ক’লে যে নিজৰ স্বজন হত্যা কৰি ৰাজ্য বা সুখৰ প্ৰয়োজন নাই। স্বজনবধে মহাপাপ হ’ব বুলি তেওঁ যুদ্ধ নকৰিবলৈ স্থিৰ কৰিলে।


৫। কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে আলোচনা কৰা।
উত্তৰ : কুল ধ্বংস হ’লে কুলধৰ্ম নষ্ট হয়, বৰ্ণসঙ্কৰ সৃষ্টি হয়, কুলস্ত্ৰীসকল দুষ্ট হয়, ফলত ধৰ্ম-অধৰ্মৰ ভেদ বিলীন হয়। মৃত পিতৃসকলো তৰ্পণ নাপায়। এই সকলো দোষে সমাজ নৰকগতি হয়। সেইবাবে কুলক্ষয় দোষক মহাপাপ বুলি বোলা হৈছে।


৬। “জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে এহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা…….।” এইদৰে কোনে কাক কৈছে? অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা।
উত্তৰ : সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈছে। অৰ্জুনে কৈছিল — তেওঁ অস্ত্ৰ ধৰি যুদ্ধ নকৰে, যদি দুৰ্যোধন আদি কৌৰৱে তেওঁক হত্যা কৰে তাতে তেওঁৰ সুখ হব; কাৰণ স্বজনবধৰ মহাপাপত তেওঁ অংশ ল’ব নোখোজে। এই কথাই কৈ তেওঁ অস্ত্ৰ এৰি ৰথত বহি পৰে।


ভাষা-বিষয়ক

১। তলত দিয়া শব্দবোৰৰ একোটিকৈ সমাৰ্থক শব্দ লিখা ঃ

  • নিপুণ → দক্ষ
  • সমীপ → ওচৰ
  • বিস্তৰ → অধিক/প্ৰচুৰ
  • সহস্ৰ → হাজাৰ
  • সদৃশ → একে/সদৃশ
  • বাদ্য → বাদন
  • কৰ-চৰণ → হাত-পা
  • চৰ্ম → ছাল/চামড়া
  • শ্ৰুতি → কাণে শুনা ধৰ্মগ্ৰন্থ/বেদ
  • বিমঙ্গল → অমঙ্গল
  • বান্ধৱ → আত্মীয়

২। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা ঃ

  • হুয়া → হোৱা
  • কহা → ক’হা
  • চক্ষু → চকু
  • কৰিলা → কৰিলে
  • চাঞো → চাওঁ
  • মঞি → মই
  • বুলিলা → কৈছিল
  • খাস → খাইছ
  • ফুঙ্কিলা → ফুঁকল
  • বাইলা → বাজালে
  • ৰহিবে → ৰ’ব
  • ৰহো → ৰওঁ

৩। ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰ : ভট্টদেৱৰ গদ্যৰ মুখ্য বৈশিষ্ট্যসমূহ হ’ল —
১) সাধাৰণ পাঠকৰ বাবে সহজভাষাৰ ব্যৱহাৰ।
২) পদ্যভাষাৰ প্ৰভাৱ, ছন্দৰীতিৰ আভা।
৩) ধৰ্মীয় আৰু দাৰ্শনিক চিন্তা সহজ কথাৰে প্ৰকাশ।
৪) আগতে পদ্যত সীমাবদ্ধ বিষয়ক গদ্যত ৰূপান্তৰ।
৫) আঞ্চলিক স্বাদ থকা সত্ত্বেও গম্ভীৰতা আৰু শাস্ত্ৰীয় ভাব বজাই থোৱা।

SEBA Class 10 Assamese Chapter 15 বিষাদ যোগ প্রশ্ন আৰু উত্তৰ – Complete Exam Guide

For effective revision and confident exam preparation, SEBA Class 10 Assamese Chapter 15 বিষাদ যোগ প্রশ্ন আৰু উত্তৰ act as a complete learning guide for Class 10 Assamese MIL students. These SEBA Class 10 Assamese Chapter 15 বিষাদ যোগ প্রশ্ন আৰু উত্তৰ clearly explain Arjuna’s sorrow and show how SEBA Class 10 Assamese Chapter 15 বিষাদ যোগ প্রশ্ন আৰু উত্তৰ help students understand duty, moral conflict, and self-realization.

Regular practice of SEBA Class 10 Assamese Chapter 15 বিষাদ যোগ প্রশ্ন আৰু উত্তৰ enables students to confidently attempt short and long Class 10 Assamese Chapter 15 question answers in SEBA and ASSEB examinations. All SEBA Class 10 Assamese Bishad Yoga solutions and ASSEB Class 10 Assamese Chapter 15 solutions are written strictly following the recommended answer-writing pattern.

This page includes SEBA Class 10 Assamese Chapter 15 বিষাদ যোগ প্রশ্ন আৰু উত্তৰ along with SEBA Class 10 Assamese Bishad Yoga solutions, Class 10 Assamese Chapter 15 question answers, and the complete Asomiya Sahitya Chayanika Bishad Yoga guide, making SEBA Class 10 Assamese Chapter 15 বিষাদ যোগ প্রশ্ন আৰু উত্তৰ a reliable one-stop resource for board exam preparation.

If you are searching for accurate, simple, and exam-focused SEBA Class 10 Assamese Chapter 15 বিষাদ যোগ প্রশ্ন আৰু উত্তৰ, this SEBA Class 10 Assamese Chapter 15 বিষাদ যোগ প্রশ্ন আৰু উত্তৰ guide will help you revise efficiently and score better marks with confidence.

FAQs – SEBA / ASSEB Class 10 Assamese Chapter 15 বিষাদ যোগ

1. বিষাদ যোগ (Bishad Yoga) পাঠটোৰ মূল বিষয়বস্তু কি?

এই পাঠটোত অৰ্জুনৰ বিষাদ, মানসিক সংঘৰ্ষ আৰু কৰ্তব্যবোধৰ দাৰ্শনিক ব্যাখ্যা দিয়া হৈছে।

2. এই SEBA Class 10 Assamese Chapter 15 Solutions 2026–27 syllabus অনুসৰি নে?

হয়। এই SEBA Class 10 Assamese Chapter 15 বিষাদ যোগ প্রশ্ন আৰু উত্তৰ সম্পূৰ্ণৰূপে 2026–27 SEBA syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।

3. এই Solutions SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ বাবে প্ৰযোজ্য নে?

হয়। এই সমাধানসমূহ SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ Class 10 Assamese MIL পাঠ্যসূচীৰ সৈতে মিল আছে।

4. বিষাদ যোগ অধ্যায় HSLC Examination ৰ বাবে কিমান গুৰুত্বপূৰ্ণ?

এই অধ্যায়টো HSLC Examinationৰ বাবে অতি গুৰুত্বপূৰ্ণ কিয়নো ইয়াত দাৰ্শনিক আৰু ব্যাখ্যামূলক প্ৰশ্ন থাকে।

5. ইয়াত Asomiya Sahitya Chayanika Bishad Yoga guide আছে নে?

অৱশ্যই। ইয়াত সম্পূৰ্ণ Asomiya Sahitya Chayanika Bishad Yoga guide উপলব্ধ।

6. এই Solutions উত্তৰ লিখাৰ দক্ষতা উন্নত কৰে নে?

হয়। সকলো উত্তৰ SEBA / ASSEB answer writing pattern অনুসৰি সাজি উলিওৱা হৈছে।

7. এই SEBA Class 10 Assamese Chapter 15 Solutions নিয়মিত আপডেট কৰা হয় নে?

হয়। পাঠ্যসূচীৰ পৰিবর্তন আৰু HSLC পৰীক্ষাৰ ধৰণ অনুসৰি এই সমলসমূহ নিয়মিতভাৱে আপডেট কৰা হয়।

🎓 About Assam Eduverse

Assam Eduverse is the best educational platform in Assam, offering SEBA, AHSEC (ASSEB), SCERT, CBSE, and Assam Board Solutions along with study materials, notes, and exam preparation guides to help students learn smarter and score higher.

Our expert-prepared answers and MCQs follow the latest Assam Board Syllabus and NCERT Syllabus. We make learning simple, accessible, and effective for all students preparing for board or competitive exams.📘 Visit Assam Eduverse for free Assam Board Solutions, notes, and Study Materials prepared by experts.

Leave a Comment