SEBA Class 10 Assamese Chapter 11 অৰ্ণ্যযাত্ৰা (Aranyatra) প্রশ্ন আৰু উত্তৰ Solutions | Asomiya Sahitya Chayanika
Chapter Overview:
SEBA Class 10 Assamese Chapter 11 অৰ্ণ্যযাত্ৰা প্রশ্ন আৰু উত্তৰ are valuable learning resources for Class 10 Assamese MIL students preparing for SEBA and ASSEB examinations. These SEBA Class 10 Assamese Chapter 11 অৰ্ণ্যযাত্ৰা প্রশ্ন আৰু উত্তৰ include a complete Asomiya Sahitya Chayanika Aranyatra guide, detailed explanation, and exam-oriented answers prepared strictly according to the latest syllabus.
The lesson অৰ্ণ্যযাত্ৰা (Aranyatra) presents a thoughtful journey into forests and nature, highlighting the deep relationship between humans and the natural environment. It reflects ecological awareness, environmental responsibility, and respect for wildlife and forests. Because of its environmental and literary importance, SEBA Class 10 Assamese Chapter 11 অৰ্ণ্যযাত্ৰা প্রশ্ন আৰু উত্তৰ hold an important place in the Class 10 Assamese syllabus.
Prepared by experts of Assam Eduverse, these SEBA Class 10 Assamese Chapter 11 অৰ্ণ্যযাত্ৰা প্রশ্ন আৰু উত্তৰ help students understand environmental themes clearly and improve analytical and answer-writing skills for HSLC Examination preparation.
SEBA / ASSEB Class 10 Assamese Chapter 11 অৰ্ণ্যযাত্ৰা (Aranyatra) Complete Solutions, Guide & Question Answers
প্ৰশ্নৱলী
ভাব-বিষয়ক :
১। চমুকৈ উত্তৰ লিখা ঃ
(ক) বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল?
উত্তৰ : বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সিদ্ধান্ত লৈছিল।
(খ) পল আৰু পাহি কোন কোন শ্ৰেণীত পঢ়ে?
উত্তৰ : পল নৱম শ্ৰেণীত পঢ়ে আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে।
(গ) পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল?
উত্তৰ : পলে পাহিক কৈছিল যে কীহী-বাটি ধোৱা, জোতা পৰিষ্কাৰ কৰা, গামোচা শুকাবলৈ দিয়া আদি কামবোৰ ছোৱালীৰ বুলি গণ্য কৰা হয়।
(ঘ) লৰ্ড কাৰ্জন কোন?
উত্তৰ : লৰ্ড কাৰ্জন এজন ব্ৰিটিছ ভাইচৰয় আছিল।
২। ল’ৰা-ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি বুজাই দিছিল?
উত্তৰ : পাহিয়ে কৈছিল যে ল’ৰাই নিজৰ কাম নকৰিলে কেনেকৈ হ’ব, আৰু ক’ত লিখা আছে যে ল’ৰাই নিজৰ জোতা পৰিষ্কাৰ নকৰিব বা কাপোৰ ধুব নালাগে। মাকে বুজাই দিছিল যে নিজৰ প্ৰয়োজনীয় কাম নকলে মানুহ পৰনির্ভৰশীল হৈ পৰে আৰু শেষত ঠগ খোৱাত বাধ্য হয়। সেয়ে সকলোকে স্বয়ংসম্পূর্ণ, আত্মনির্ভৰশীল হ’ব লাগে।
৩। প্রকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে?
উত্তৰ : প্ৰকৃতিৰ প্ৰতিজোপা গছৰ আকাৰ-প্ৰকাৰ ভিন্ন হলেও সিহঁতে পৰস্পৰৰ সৈতে সুন্দৰ মিল-মিলাপত থাকে। কলগছৰ কাষত নেমুগছ থাকিলেও নেমুৰ কীইটে কলগছৰ ফলক বিঘ্ন নকৰে। এই ধৰণৰ সুশৃঙ্খল নিয়ম আৰু সৌন্দর্য পাহিক বিশেষভাবে আকৃষ্ট কৰে।
৪। কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল?
উত্তৰ : দেউতাকে কৈছিল—শিক্ষকসকলে যি নিৰ্দেশ দিছে, সেইমতে আচৰণ কৰিব। মাকে উপদেশ দিছিল—অৰণ্যৰ পৰা বহু শিক্ষামূলক অভিজ্ঞতা ল’ব পাৰি, সেয়ে মনোযোগী হৈ সকলো শিকিব আৰু নিজৰ বয়-বস্তু, যন্ত্রপাতি আৰু খাদ্য নিজেই সুৰক্ষিত ৰাখিব।
৫। ‘কামত ল’ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।’– এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাযাৰ ক’বলগীয়া হৈছিল?
উত্তৰ : এই উক্তি অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকাই কৈছিল। তেওঁ চাইছিল যে ছাত্ৰ-ছাত্ৰীৰ কাম সমানভাৱে বিতৰণ হ’ব, যেনেকৈ ছোৱালীকহে নিযুক্ত কৰাৰ পৰিৱৰ্তে সকলোৰে দায়িত্ব সমানভাৱে ভাগ দিব। সেয়ে তেওঁ কৈছিল—কামত ল’ৰা-ছোৱালী ভেদ নাই।
৬। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল-আফতাবহঁত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল?
উত্তৰ : পল আৰু আফতাব ফুটা নাওত উঠি পানীত ডুবিবলৈ ধৰিছিল। এই বিপদৰ পৰা কিছু ডাঙৰ আৰু সমবয়সীয়া ছোৱালীয়ে তেওঁলোকক উদ্ধাৰ কৰিছিল।
৭। শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ পৰিস্থিতি কি হ’ল?
উত্তৰ : পল, আফতাব আৰু সৌৰভে দায়িত্বভঙ্গ কৰি বিপদত পৰাৰ বাবে শিক্ষকসকলে কাৰ্যসূচী বাতিলৰ কথা ভাবিছিল। কিন্তু পাহি আৰু আন ছাত্ৰ-ছাত্ৰীসকলে পৰিস্থিতি বুজাই, তিনিজন ছাত্ৰই নিজৰ ভুল স্বীকাৰ কৰি ৰচনা লিখিবলৈ রাজি হ’ল। তাৰ পাছত সকলো ছাত্ৰ-ছাত্ৰী অৰণ্য দৰ্শনৰ অনুমতি পালে।
৮। মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?
উত্তৰ : মহীচন্দ্ৰ মিৰি কাজিৰঙাৰ প্ৰথম ভাৰতীয় বনবিষয়ক কৰ্মচাৰী আছিল। তেওঁ গঁড়ক আমেৰিকাৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা গঁড়ৰ বসতিস্থল বুলি বিশ্বক জনাইছিল।
৯। নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গঁড় দেখুৱাইছিল?
উত্তৰ : নিগনা চিকাৰীৰ প্ৰকৃত নাম বাপীৰাম হাজৰিকা। তেওঁ লেডী মেৰী কাৰ্জনক প্ৰথমে কাজিৰঙাৰ গঁড় দেখুৱাইছিল।
১০। কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক-শিক্ষয়িত্ৰীকলক অৱগত কৰিছিল?
উত্তৰ : শিক্ষাৰ্থীসকলে কয়ছিল—
১। নিজৰ কাম নিজে কৰিব লাগে।
২। গছ-গছনি মানৱ জীৱনৰ বাবে অত্যন্ত প্ৰয়োজনীয়।
৩। ল’ৰা-ছোৱালী সকলো সমান।
৪। আত্মৰক্ষা জানিব লাগে।
৫। দলীয়ভাৱে শৃংখলা মানি চলা উচিত।
ভাষা-বিষয়ক
১। বাক্য ৰচনা কৰা ঃ
- ককাই-ভনী : পাহি আৰু পল দুয়োটা ককাই-ভনী।
- টুলুং-ভুটুং : নাওখন পানীত টুলুং-ভুটুং কৰি থাকিল।
- চিঞৰ-বাখৰ : পলে বিপদত পৰি চিঞৰ-বাখৰ কৰিলে।
- মানুহ-দুনুহ : এই ঠাইত মানুহ-দুনুহ নাছিল।
- তিতি-বুৰি : গা ধুই পল তিতি-বুৰি গামোচা বিছনাত পেলাইছিল।
২। মূৰ্দ্ধন্য ‘ৰ’ হোৱাৰ কাৰণ দৰ্শোৱা ঃ
- অৰণ্য → অ+ৰণ্য (ৰ মূৰ্দ্ধন্য)
- অৰ্পণ → অ+ৰ্পণ
- কণ্ঠ → কণ্ঠ (ণ+ঠত ৰ মূৰ্দ্ধন্য)
- ওৰণি → অ+ৰণি
- পোৰণি → পো+ৰণি
- আড়ম্বৰপূৰ্ণ → আড়ম্বৰ + পূৰ্ণ
SEBA Class 10 Assamese Chapter 11 অৰ্ণ্যযাত্ৰা প্রশ্ন আৰু উত্তৰ – Complete Exam Guide
For effective revision and confident exam preparation, SEBA Class 10 Assamese Chapter 11 অৰ্ণ্যযাত্ৰা প্রশ্ন আৰু উত্তৰ act as a complete learning guide for Class 10 Assamese MIL students. These SEBA Class 10 Assamese Chapter 11 অৰ্ণ্যযাত্ৰা প্রশ্ন আৰু উত্তৰ clearly explain the lesson and show how SEBA Class 10 Assamese Chapter 11 অৰ্ণ্যযাত্ৰা প্রশ্ন আৰু উত্তৰ help students understand nature, forests, and environmental responsibility.
Regular practice of SEBA Class 10 Assamese Chapter 11 অৰ্ণ্যযাত্ৰা প্রশ্ন আৰু উত্তৰ enables students to confidently attempt short and long Class 10 Assamese Chapter 11 question answers in SEBA and ASSEB examinations. All SEBA Class 10 Assamese Aranyatra solutions and ASSEB Class 10 Assamese Chapter 11 solutions are written strictly following the recommended answer-writing pattern.
This page includes SEBA Class 10 Assamese Chapter 11 অৰ্ণ্যযাত্ৰা প্রশ্ন আৰু উত্তৰ along with SEBA Class 10 Assamese Aranyatra solutions, Class 10 Assamese Chapter 11 question answers, and the complete Asomiya Sahitya Chayanika Aranyatra guide, making SEBA Class 10 Assamese Chapter 11 অৰ্ণ্যযাত্ৰা প্রশ্ন আৰু উত্তৰ a reliable one-stop resource for board exam preparation.
If you are searching for accurate, simple, and exam-focused SEBA Class 10 Assamese Chapter 11 অৰ্ণ্যযাত্ৰা প্রশ্ন আৰু উত্তৰ, this SEBA Class 10 Assamese Chapter 11 অৰ্ণ্যযাত্ৰা প্রশ্ন আৰু উত্তৰ guide will help you revise efficiently and score better marks with confidence.
FAQs – SEBA / ASSEB Class 10 Assamese Chapter 11 অৰ্ণ্যযাত্ৰা (Aranyatra)
1. অৰ্ণ্যযাত্ৰা (Aranyatra) পাঠটোৰ মূল বিষয়বস্তু কি?
এই পাঠটোত বনাঞ্চল, প্ৰকৃতি আৰু মানুহৰ মাজৰ সম্পৰ্ক, লগতে পৰিবেশ সংৰক্ষণৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰা হৈছে।
2. এই SEBA Class 10 Assamese Chapter 11 Solutions 2026–27 syllabus অনুসৰি নে?
হয়। এই SEBA Class 10 Assamese Chapter 11 অৰ্ণ্যযাত্ৰা প্রশ্ন আৰু উত্তৰ সম্পূৰ্ণৰূপে 2026–27 SEBA syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।
3. এই Solutions SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ বাবে প্ৰযোজ্য নে?
হয়। এই সমাধানসমূহ SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ Class 10 Assamese MIL পাঠ্যসূচীৰ সৈতে মিল আছে।
4. অৰ্ণ্যযাত্ৰা অধ্যায় HSLC Examination ৰ বাবে কিমান গুৰুত্বপূৰ্ণ?
এই অধ্যায়টো HSLC Examinationৰ বাবে গুৰুত্বপূৰ্ণ কিয়নো ইয়াত পৰিবেশ আৰু বিশ্লেষণমূলক প্ৰশ্ন থাকে।
5. ইয়াত Asomiya Sahitya Chayanika Aranyatra guide আছে নে?
অৱশ্যই। ইয়াত সম্পূৰ্ণ Asomiya Sahitya Chayanika Aranyatra guide উপলব্ধ।
6. এই Solutions উত্তৰ লিখাৰ দক্ষতা উন্নত কৰে নে?
হয়। সকলো উত্তৰ SEBA / ASSEB answer writing pattern অনুসৰি সাজি উলিওৱা হৈছে।
7. এই SEBA Class 10 Assamese Chapter 11 Solutions নিয়মিত আপডেট কৰা হয় নে?
হয়। পাঠ্যসূচীৰ পৰিবর্তন আৰু HSLC পৰীক্ষাৰ ধৰণ অনুসৰি এই সমলসমূহ নিয়মিতভাৱে আপডেট কৰা হয়।
🎓 About Assam Eduverse
Assam Eduverse is the best educational platform in Assam, offering SEBA, AHSEC (ASSEB), SCERT, CBSE, and Assam Board Solutions along with study materials, notes, and exam preparation guides to help students learn smarter and score higher.
Our expert-prepared answers and MCQs follow the latest Assam Board Syllabus and NCERT Syllabus. We make learning simple, accessible, and effective for all students preparing for board or competitive exams.📘 Visit Assam Eduverse for free Assam Board Solutions, notes, and Study Materials prepared by experts.