cl 10 assamese mil ch 10

SEBA Solutions for Class 10 Assamese (MIL) Asomiya Sahitya Chayanika Chapter 10: অৰুণিমা সিন্হা (Arunima Sinha)| Assam Eduverse

Chapter Overview: 

Assam Eduverse presents the summary of Class 10 Assamese MIL (SEBA/ASSEB)Asomiya Sahitya Chayanika, Chapter 10: অৰুণিমা সিন্হা (Arunima Sinha) by জয়শ্ৰী গোস্বামী মহন্ত (Jayshree Goswami Mahanta), along with complete solutions for all textbook questions. This lesson Chapter 10: অৰুণিমা সিন্হা (Arunima Sinha) narrates the inspiring life story of Arunima Sinha, who despite losing a leg in a tragic accident, showed unmatched courage and determination by climbing Mount Everest. The chapter highlights her indomitable spirit, perseverance, and willpower, making it an inspirational biography for Class 10 Assamese MIL students.

The lesson Chapter 10: অৰুণিমা সিন্হা (Arunima Sinha) teaches that true strength lies in courage, hard work, and self-confidence. Arunima’s journey from being a victim of tragedy to becoming the world’s first female amputee to scale Mount Everest proves that no obstacle is greater than human determination. Learners are encouraged to face life’s challenges with positivity, resilience, and discipline.

The lesson Chapter 10: অৰুণিমা সিন্হা (Arunima Sinha) conveys themes of courage, determination, perseverance, hope, and inspiration. It motivates learners to believe in themselves, never give up on their dreams, and turn difficulties into opportunities. Overall, Chapter 10: অৰুণিমা সিন্হা (Arunima Sinha) is an empowering and motivational chapter for Class 10 Assamese MIL (SEBA/ASSEB) students, encouraging them to overcome all odds and achieve success.

SEBA Solutions for Class 9 Assamese (MIL) Asomiya Sahitya Chayanika Chapter 10 : অৰুণিমা সিন্হা (Arunima Sinha) Solutions & Question Answer

প্ৰশ্নৱলী

ভাব-বিষয়ক :

১। চমুকৈ উত্তৰ লিখা :

(ক) অৰুণিমা সিন্হাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল?
উত্তৰ : অৰুণিমা সিন্হা ভলীবল খেলত বিশেষ দক্ষতা থকা এজন খেলুৱৈ আছিল।

(খ) অৰুণিমা সিন্হাৰ ঘৰ ক’ত?
উত্তৰ : অৰুণিমা সিন্হাৰ ঘৰ উত্তৰ প্ৰদেশত অৱস্থিত।

(গ) হস্পিতালত থাকৌতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল?
উত্তৰ : হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত মাউণ্ট এভাৰেষ্ট আৰোহণৰ সপোনে তীব্ৰ ৰূপ লৈছিল।

(ঘ) চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল?
উত্তৰ : চিকিৎসালয়ৰ পৰা ওলাই যোৱাৰ পাছত অৰুণিমাই বাচেন্দ্ৰি পালক লগ ধৰিছিল, কাৰণ তেওঁ এভাৰেষ্ট আৰোহণৰ পৰামৰ্শ আৰু প্ৰশিক্ষণৰ প্ৰয়োজন আছিল।

(ঙ) মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল?
উত্তৰ : অৰুণিমাই ২০১৩ চনৰ ২১ মে’ত মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিল আৰু প্ৰায় ডেৰ খণ্টা ধৰি শৃংগত আছিল।


২। অৰুণিমা সিন্হাই ৰে’লযাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ’বলগীয়া হৈছিল? এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল?
উত্তৰ : ৰে’লযাত্ৰাৰ সময়ত ডকাইতে তেওঁৰ গহনা টানি ল’বলৈ চেষ্টা কৰি চলন্ত ৰে’লৰ পৰা তললৈ ঠেলি পেলাই দিছিল। এই ভয়ংকৰ দুৰ্ঘটনাত অৰুণিমাই গুৰি দুখনেই গুৰুতৰ আঘাত পাইছিল আৰু তেওঁৰ এখন ভৰি শল্যচিকিৎসাৰ জৰিয়তে চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হৈছিল।

৩। অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰি পালে কেনেদৰে সহায় কৰিছিল?
উত্তৰ : বাচেন্দ্ৰি পালে তেওঁৰ জীৱনৰ প্ৰতিৰোধ ভাঙি এভাৰেষ্ট আৰোহণৰ সপোনৰ দিশে আগুৱাই যাবলৈ অৰুণিমাক অনুপ্ৰাণিত কৰিছিল। তেওঁ উপযুক্ত পৰামৰ্শ, কঠোৰ প্ৰশিক্ষণ আৰু মানসিক দৃঢ়তা যোগান ধৰিছিল। বাচেন্দ্ৰি পালৰ দিশনির্দেশে অৰুণিমাক বিশ্বাস জন্মাইছিল যে কৃত্ৰিম ভৰি লৈও শিখৰ বগা সম্ভৱ।

৪। এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল?
উত্তৰ : অৰুণিমাই দৈনন্দিন জীৱনত কঠোৰ শাৰীৰিক অনুশীলন কৰিছিল। পৰ্বতাৰোহণৰ প্ৰশিক্ষণ লৈ কেতিয়াবা সৰু সৰু কাম কৰিবলৈও বহু সময় লাগিছিল, কিন্তু তেওঁ ধৈৰ্য্যেৰে আগবাঢ়িছিল। আনৰ তিনিমিনিটৰ কাম তেওঁক তিনিঘণ্টা লাগিলেও হাৰ মানি নাছিল। অধ্যৱসায়, সাহস আৰু ধৈৰ্য্যই তেওঁৰ সপোনক শক্তি জুগাইছিল।

৫। অৰুণিমা সিন্হাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংৰিৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে?
উত্তৰ : লাডাখত মাউণ্ট চামছেৰ কাংৰিৰ অভিযান চলাকালীন প্ৰকৃতি ভয়ংকৰ ৰূপ লৈছিল। তীব্ৰ বৰফবৃষ্টি আৰু প্ৰচণ্ড হাৱাঘূৰ্ণিয়ে পৰিস্থিতি বিপজ্জনক কৰি তুলিছিল। সেয়ে মাত্ৰ ৬৯০ ফুট বাকি থাকিলেও দলটোৱে অভিযান সামৰিবলগীয়া হৈছিল।

৬। অৰুণিমা সিন্হাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া।
উত্তৰ : ২০১৩ চনৰ মে’ মাহত অৰুণিমাই কৃত্ৰিম ভৰি লৈ সাহসী অভিযান আৰম্ভ কৰিছিল। পথত প্ৰচণ্ড ঠান্ডা, অক্সিজেনৰ ঘাট, আঘাত আৰু তেজ নিগৰাৰ দৰে বিপদ সম্মুখীন হৈছিল। তথাপিও দৃঢ় মনোবলৰ জোৰে ২১ মে’ ২০১৩ তাৰিখে তেওঁ বিশ্বৰ সৰ্বোচ্চ শিখৰ এভাৰেষ্টত সফল পদাৰ্পণ কৰিলে। প্ৰায় ডেৰ ঘণ্টা শিখৰত থাকি তেওঁ গৌৰৱৰে ভাৰতীয় জাতীয় পতাকা সাৱটি ধৰিছিল।

৭। ‘একােগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।’– কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিন্হাৰ জীৱনৰ আধাৰত বুজাই লিখা।
উত্তৰ : এই উক্তি অৰুণিমা সিন্হাৰ জীৱনৰ সৈতে একেবাৰে খাপ খায়। দুৰ্ঘটনাত ভৰি হেৰুৱাইও তেওঁ হতাশ নহ’ল। কৃত্ৰিম ভৰি লৈ অকল্পনীয় সাহস আৰু অধ্যৱসায়ৰে এভাৰেষ্ট আৰোহণ কৰি তেওঁৰ জীৱনক সফলতাৰে ভৰাই তুলিলে। তেওঁৰ কৃতিত্বই লাখো মানৱক নতুন আশা আৰু অনুপ্ৰেৰণা দিছে।

৮। ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল?
উত্তৰ : যুৱৰাজ সিঙে কৰ্কট ৰোগৰ দৰে ভয়ংকৰ ৰোগ জয় কৰি পুনৰ ক্ৰিকেটৰ মাটিত উভতি আহিছিল। তেওঁৰ এই অধ্যৱসায় আৰু সাহসৰ কাহিনী অৰুণিমাৰ বাবে এক বিশেষ প্ৰেৰণা হৈ উঠিছিল। তেওঁ উপলব্ধি কৰিছিল যে মনোবল আৰু সংকল্প থাকিলে জীৱনত কোনো বাধাই অতিক্ৰম কৰিব নোৱাৰি।


৯। চমু-টোকা লিখা :

বাচেন্দ্ৰি পাল : ১৯৮৪ চনত এভাৰেষ্ট শৃংগত সফল ভাৱে আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা। তেওঁ বহু সমস্যাৰ সন্মুখীন হোৱাতো আত্মবিশ্বাস আৰু সাহসৰ জৰিয়তে জয়ী হৈছিল।

টেনজিং নৰগে : ১৯৫৩ চনত এডমণ্ড হিলাৰী সৈতে একেলগে এভাৰেষ্ট আৰোহণ কৰা দলেৰ অন্যতম সদস্য। তেওঁ বিশ্বের পৰ্বতাৰোহণ ইতিহাসত এক অনন্য স্থান অধিকার কৰিছে।

ষ্টিফেন হকিং : বিশ্বখ্যাত পদার্থবিজ্ঞানী আৰু মহাকাশতত্ত্বৰ জ্ঞানী। শাৰীৰিক অসুবিধা (এ.এল.এছ. ৰোগ) থাকিলেও “ব্লেক হ’ল” আৰু মহাবিশ্বৰ সৃষ্টি সম্পর্কীয় অধ্যয়নত অদ্বিতীয় অবদান ৰাখি বিশ্বজুৰি খ্যাতি অৰ্জন কৰিছিল।


ভাষা-বিষয়ক

১। সন্ধি ভাঙা :

  • সংশয় = সম্ + শয়
  • পৰ্বতাৰোহণ = পৰ্বত + আৰোহণ
  • উৎসাহ = উদ্ + সাহ
  • হিমালয় = হিম + আলয়
  • প্রত্যাহ্লান = প্ৰত্ + আহ্লান
  • বিপদাপন্ন = বিপদ + আপন্ন

২। উপসৰ্গ ভাঙি দেখুৱাও :

  • অনুৰাগ = অনু + ৰাগ
  • অনুভৱ = অনু + অনুভৱ
  • অভিনয় = অ’ভি + নয়
  • প্ৰতিফল = প্ৰতਿ + ফল

🎓 About Assam Eduverse

This solution is prepare by Assam Eduverse – your reliable educational hub for academic content, study materials, and exam preparation for Assam Board and other state-level exams. Follow Assam Eduverse for accurate, exam-ready NCERT solutions, notes, MCQs, and free study materials.

Leave a Comment