cl 10 assamese mil ch 9

SEBA Class 10 Assamese Chapter 9 ইণ্টাৰনেটৰ তিতা-মিঠা (Internetor Tita-Mitha) প্রশ্ন আৰু উত্তৰ Solutions | Asomiya Sahitya Chayanika

Chapter Overview: 

SEBA Class 10 Assamese Chapter 9 ইণ্টাৰনেটৰ তিতা-মিঠা প্রশ্ন আৰু উত্তৰ are essential learning resources for Class 10 Assamese MIL students preparing for SEBA and ASSEB examinations. These SEBA Class 10 Assamese Chapter 9 ইণ্টাৰনেটৰ তিতা-মিঠা প্রশ্ন আৰু উত্তৰ include a complete Asomiya Sahitya Chayanika Internetor Tita-Mitha guide, detailed explanation, and exam-oriented answers prepared strictly according to the latest syllabus.

The lesson ইণ্টাৰনেটৰ তিতা-মিঠা (Internetor Tita-Mitha) discusses both the advantages and disadvantages of the internet in modern life. It explains how the internet helps education, communication, and information sharing, while also warning about misuse, addiction, and negative impacts. Because of its contemporary relevance and practical importance, SEBA Class 10 Assamese Chapter 9 ইণ্টাৰনেটৰ তিতা-মিঠা প্রশ্ন আৰু উত্তৰ hold a significant place in the Class 10 Assamese syllabus.

Prepared by experts of Assam Eduverse, these SEBA Class 10 Assamese Chapter 9 ইণ্টাৰনেটৰ তিতা-মিঠা প্রশ্ন আৰু উত্তৰ help students understand digital awareness and improve answer-writing skills for HSLC Examination preparation.

SEBA / ASSEB Class 10 Assamese Chapter 9 ইণ্টাৰনেটৰ তিতা-মিঠা (Internetor Tita-Mitha) Complete Solutions, Guide & Question Answers

প্ৰশ্নৱলী

ভাব-বিষয়ক :

১। চমুকৈ উত্তৰ লিখা :

(ক) দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল?
উত্তৰ : কুঁৱলীৰ জ্ঞানৰ পৰিধি অসীমলৈ বিস্তাৰিত হোৱাৰ আশাৰে।

(খ) ইণ্টাৰনেট কি?
উত্তৰ : ইণ্টাৰনেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা।

(গ) কুঁৱলীয়ে প্ৰথমে কাক ই-মেইল কৰিছিল?
উত্তৰ : বান্ধৱী শ্বেৰণক।

(ঘ) পূজাৰ বন্ধত কুঁৱলীহঁতে ক’লৈ যোৱাৰ সিদ্ধান্ত লৈছিল?
উত্তৰ : দক্ষিণ ভাৰতলৈ।

(ঙ) ভাইৰাচ কি?
উত্তৰ : কম্পিউটাৰত ধ্বংসাত্মক উদ্দেশ্যেৰে প্ৰস্তুত কৰা এক প্ৰগ্ৰেম যি ফাইলৰ লগত সংযুক্ত হৈ বিজুতি ঘটায়।

২। WWW বা ৱেব কি?
উত্তৰ : ৱেব (World Wide Web) হৈছে ইণ্টাৰনেটত মজুত থকা লাখ লাখ পৰস্পৰ সংলগ্ন তথ্য-পৃষ্ঠাৰ সামূহিক ভাণ্ডাৰ।

৩। কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে?
উত্তৰ : কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধৱীসকলৰ দেশ ভ্ৰমণৰ অভিজ্ঞতা, সিহঁতে দেখা মনোমোহা দৃশ্যৰ ফটো, ব্যক্তিগত অনুভৱ, নতুন স্থানৰ বৰ্ণনা আৰু কেতিয়াবা সাংস্কৃতিক অভিজ্ঞতা আদি জানিব পাৰিলে।

৪। ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে?
উত্তৰ : কুঁৱলীয়ে ইণ্টাৰনেটৰ সহায়ত ই-মেইল লিখা-পঢ়া, ভিডিঅ’ কল কৰা, অনলাইন কেনাকাটা, ই-বেংকিং, টিকট কাটা, অনলাইন তথ্য অনুসন্ধান, শিক্ষামূলক ভিডিও দেখা, গান-চিনেমা ডাউনলোড কৰা আদি নতুন অভিজ্ঞতা আহৰণ কৰিলে।

৫। ভাইৰাচে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে?
উত্তৰ : ভাইৰাচে ফাইল বা প্ৰগ্ৰেমৰ লগত জুৰি থাকি সেগুলো নষ্ট কৰে, তথ্য মচি পেলায় বা বিকৃত কৰে, কম্পিউটাৰ ধীৰগতি কৰি তোলে আৰু ব্যৱহাৰকাৰীয়ে নাজানিবাকৈ যন্ত্ৰখন সম্পূৰ্ণ বিকল কৰি পেলাব পাৰে।

৬। ‘ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে।’– কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা।
উত্তৰ : এই কথাৰ বক্তা হৈছে শ্বাবানা বাইদেউ।
ইণ্টাৰনেটৰ সুবিধা – জ্ঞান লাভ, পঢ়া-শুনাৰ সুযোগ, তথ্যৰ দ্ৰুত প্ৰাপ্তি, দূৰত থকা লোকৰ সৈতে সহজ যোগাযোগ, অনলাইন কেনাকাটা, ই-বেংকিং, ভ্ৰমণৰ টিকট কাটা, বিনোদন, গান-চিনেমা আৰু শিক্ষামূলক সামগ্ৰী লাভ।
অসুবিধা – অতিরিক্ত ব্যৱহাৰে সময় নষ্ট হয়, পৰিয়াল আৰু সমাজৰ পৰা আঁতৰি যাব লগা হয়, ভুৱা গুজব বা অপপ্ৰচার ছড়ায়, দেহ-মন অসুস্থ কৰে আৰু বিশেষকৈ কিশোৰ-যুৱকক আসক্তি জন্মায়।

৭। ‘ইণ্টাৰনেটৰ তিতা-মিঠা’ গল্পটোৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা।
উত্তৰ : এই গল্পত ইণ্টাৰনেটৰ সুবিধা (মিঠা) আৰু অসুবিধা (তিতা) দুয়োটাই বৰ্ণনা কৰা হৈছে। ইণ্টাৰনেটে মানুহৰ জীৱন সহজ কৰাৰ লগতে ধ্বংসৰ দিশতো ঠেলি নেয়। সেইকাৰণে গল্পটোৰ নামকৰণ একেবাৰে সাৰ্থক আৰু যথোপযুক্ত।

৮। ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা।
উত্তৰ : ছাত্ৰ-ছাত্ৰীয়ে পঢ়াত মনোযোগ হেৰুৱায়, শাৰীৰিক-মানসিক অসুস্থ হয়, পৰিয়াল আৰু সমাজৰ পৰা আঁতৰি গ’লেহে দায়িত্ববোধ হ্ৰাস পায়। অতিরিক্ত ইণ্টাৰনেটত আসক্ত হ’লে শিক্ষা-জীৱন হানি হয় আৰু উজ্জ্বল ভৱিষ্যত অন্ধকাৰময় হৈ পৰে।


ভাষা-বিষয়ক

৯। বাক্য ৰচনা কৰা :

  • চিনাকি-অচিনাকি = চিনাকি-অচিনাকি সকলো মানুহে মেলা উপভোগ কৰিলে।
  • অলীক-সপোন = ধনী হ’ব খোজাটোৱে অলীক-সপোন যেন লাগিছে।
  • নাকে-মুখে = নাকে-মুখে খাই কুঁৱলীয়ে কম্পিউটাৰলৈ বহিল।
  • পৰীক্ষা-নিৰীক্ষা = বিজ্ঞানীসকলে নতুন পৰীক্ষা-নিৰীক্ষা কৰি সফল হ’ল।

১০। অভিধান চাই অৰ্থ লিখা :

  • ক্ষতি = নষ্ট, হানি।
  • বিজুতি = অসংগতি, ত্ৰুটি।
  • গুণা-গঁথা = পৰিকল্পনা, বন্দোবস্ত।
  • উদাস = চিন্তাহীন, মনোযোগহীন।
  • পুঞ্জীভূত = একঠাই জমা হোৱা।

SEBA Class 10 Assamese Chapter 9 ইণ্টাৰনেটৰ তিতা-মিঠা প্রশ্ন আৰু উত্তৰ – Complete Exam Guide

For effective revision and confident exam preparation, SEBA Class 10 Assamese Chapter 9 ইণ্টাৰনেটৰ তিতা-মিঠা প্রশ্ন আৰু উত্তৰ act as a complete learning guide for Class 10 Assamese MIL students. These SEBA Class 10 Assamese Chapter 9 ইণ্টাৰনেটৰ তিতা-মিঠা প্রশ্ন আৰু উত্তৰ clearly explain the lesson and show how SEBA Class 10 Assamese Chapter 9 ইণ্টাৰনেটৰ তিতা-মিঠা প্রশ্ন আৰু উত্তৰ help students understand the benefits and risks of internet usage.

Regular practice of SEBA Class 10 Assamese Chapter 9 ইণ্টাৰনেটৰ তিতা-মিঠা প্রশ্ন আৰু উত্তৰ enables students to confidently attempt short and long Class 10 Assamese Chapter 9 question answers in SEBA and ASSEB examinations. All SEBA Class 10 Assamese Internetor Tita-Mitha solutions and ASSEB Class 10 Assamese Chapter 9 solutions are written strictly following the recommended answer-writing pattern.

This page includes SEBA Class 10 Assamese Chapter 9 ইণ্টাৰনেটৰ তিতা-মিঠা প্রশ্ন আৰু উত্তৰ along with SEBA Class 10 Assamese Internetor Tita-Mitha solutions, Class 10 Assamese Chapter 9 question answers, and the complete Asomiya Sahitya Chayanika Internetor Tita-Mitha guide, making SEBA Class 10 Assamese Chapter 9 ইণ্টাৰনেটৰ তিতা-মিঠা প্রশ্ন আৰু উত্তৰ a reliable one-stop resource for board exam preparation.

If you are searching for accurate, simple, and exam-focused SEBA Class 10 Assamese Chapter 9 ইণ্টাৰনেটৰ তিতা-মিঠা প্রশ্ন আৰু উত্তৰ, this SEBA Class 10 Assamese Chapter 9 ইণ্টাৰনেটৰ তিতা-মিঠা প্রশ্ন আৰু উত্তৰ guide will help you revise efficiently and score better marks with confidence.

FAQs – SEBA / ASSEB Class 10 Assamese Chapter 9 ইণ্টাৰনেটৰ তিতা-মিঠা

1. ইণ্টাৰনেটৰ তিতা-মিঠা পাঠটোৰ মূল বিষয়বস্তু কি?

এই পাঠটোত ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধা দুয়োটাৰ বিষয়ে আলোচনা কৰা হৈছে আৰু সচেতন ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

2. এই SEBA Class 10 Assamese Chapter 9 Solutions 2026–27 syllabus অনুসৰি নে?

হয়। এই SEBA Class 10 Assamese Chapter 9 ইণ্টাৰনেটৰ তিতা-মিঠা প্রশ্ন আৰু উত্তৰ সম্পূৰ্ণৰূপে 2026–27 SEBA syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।

3. এই Solutions SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ বাবে প্ৰযোজ্য নে?

হয়। এই সমাধানসমূহ SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ Class 10 Assamese MIL পাঠ্যসূচীৰ সৈতে মিল আছে।

4. এই অধ্যায় HSLC Examination ৰ বাবে কিমান গুৰুত্বপূৰ্ণ?

এই অধ্যায়টো HSLC Examinationৰ বাবে গুৰুত্বপূৰ্ণ কিয়নো ইয়াত আধুনিক বিষয়ভিত্তিক আৰু বিশ্লেষণমূলক প্ৰশ্ন থাকে।

5. ইয়াত Asomiya Sahitya Chayanika guide আছে নে?

অৱশ্যই। ইয়াত সম্পূৰ্ণ Asomiya Sahitya Chayanika Internetor Tita-Mitha guide উপলব্ধ।

6. এই Solutions উত্তৰ লিখাৰ দক্ষতা উন্নত কৰে নে?

হয়। সকলো উত্তৰ SEBA / ASSEB answer writing pattern অনুসৰি সাজি উলিওৱা হৈছে।

7. এই SEBA Class 10 Assamese Chapter 9 Solutions নিয়মিত আপডেট কৰা হয় নে?

হয়। পাঠ্যসূচীৰ পৰিবর্তন আৰু HSLC পৰীক্ষাৰ ধৰণ অনুসৰি এই সমলসমূহ নিয়মিতভাৱে আপডেট কৰা হয়।

🎓 About Assam Eduverse

Assam Eduverse is the best educational platform in Assam, offering SEBA, AHSEC (ASSEB), SCERT, CBSE, and Assam Board Solutions along with study materials, notes, and exam preparation guides to help students learn smarter and score higher.

Our expert-prepared answers and MCQs follow the latest Assam Board Syllabus and NCERT Syllabus. We make learning simple, accessible, and effective for all students preparing for board or competitive exams.📘 Visit Assam Eduverse for free Assam Board Solutions, notes, and Study Materials prepared by experts.

Leave a Comment