SEBA Class 9 Social Science Economics Chapter 2 মূল অর্থনৈতিক সমস্যাসমূহ প্রশ্ন আৰু উত্তৰ Solutions (2026–27)

SEBA Class 9 Social Science Economics Chapter 2 মূল অর্থনৈতিক সমস্যাসমূহ প্রশ্ন আৰু উত্তৰ are important study materials for students preparing under the 2026–27 SEBA and ASSEB syllabus. These SEBA Class 9 Social Science Economics Chapter 2 মূল অর্থনৈতিক সমস্যাসমূহ question answers clearly explain the basic economic problems arising from scarcity of resources and unlimited human wants in a structured and exam-focused manner.

The chapter মূল অর্থনৈতিক সমস্যাসমূহ discusses what to produce, how to produce, and for whom to produce, which are the three fundamental economic problems of every economy. For students searching for ASSEB Class 9 Economics Chapter 2 Mul Arthonoitik Shomosyaboli question answer, this page provides complete and syllabus-aligned solutions. Since important short and long questions frequently appear from this lesson, SEBA Class 9 Social Science Economics Chapter 2 মূল অর্থনৈতিক সমস্যাসমূহ প্রশ্ন আৰু উত্তৰ are very important for scoring high marks.

Prepared by Assam Eduverse subject experts, these SEBA Class 9 Social Science Economics Chapter 2 মূল অর্থনৈতিক সমস্যাসমূহ প্রশ্ন আৰু উত্তৰ strictly follow the official SEBA answer-writing format.

SEBA / ASSEB Class 9 Social Science Economics Chapter 2 মূল অর্থনৈতিক সমস্যাসমূহ Complete Solutions, Guide & Question Answers

অনুশীলনী

অতি চমু/ চমু উত্তৰৰ প্ৰশ্ন :

১। সংজ্ঞা লিখা-

(ক) দৰিদ্ৰতা
উত্তৰ: বহল অৰ্থত দৰিদ্ৰতাই এনে অৱস্থাক বুজায় য’ত এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্রয়োজনসমূহ যেনে খাদ্য, বস্ত্ৰ, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহ আহৰণত ব্যর্থ হয়।

(খ) নিবনুৱা
উত্তৰ: অৰ্থনীতিত নিবনুৱা বুলি ক’লে সেইসকলক বুজায় যাৰ কাম কৰাৰ ক্ষমতা আৰু ইচ্ছা আছে, কিন্তু কোনো উপযুক্ত সংস্থাপন নাপায়।

(গ) জনসংখ্যাৰ ঘনত্ব
উত্তৰ: জনসংখ্যাৰ ঘনত্ব (Density of population) হৈছে প্ৰতি বৰ্গকিলোমিটাৰত কিমান সংখ্যক লোক বাস কৰে সেই সংখ্যা। (২০১১ চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যাৰ ঘনত্ব ৩৮২ জন)।

(ঘ) লিংগ অনুপাত
উত্তৰ: লিংগ অনুপাত (Sex ratio) হৈছে প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা।

(ঙ) চৰম দৰিদ্ৰতা
উত্তৰ: চৰম দৰিদ্ৰতা (Absolute Poverty) হৈছে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বসবাস কৰা অৱস্থা, য’ত এজন ব্যক্তিয়ে তেওঁৰ মৌলিক প্রয়োজনসমূহ পূৰণ কৰিব নোৱাৰে।

(চ) আপেক্ষিক দৰিদ্ৰতা
উত্তৰ: আপেক্ষিক দৰিদ্ৰতা (Relative Poverty) হৈছে সম্পদ আৰু আয়ৰ অসম বিতৰণৰ ফলত ধনী আৰু দুখীয়াৰ মাজত থকা ব্যৱধানৰ তুলনাত দৰিদ্ৰতা নিৰূপণ কৰা।

(ছ) বহনক্ষম উন্নয়ন
উত্তৰ: বহনক্ষম উন্নয়ন (Sustainable Development) হ’ল এনে অৰ্থনৈতিক উন্নয়ন যি বৰ্তমান প্ৰজন্মৰ অভাৱসমূহ দূৰ কৰিব পাৰে আৰু ভৱিষ্যৎ প্ৰজন্মৰ অভাৱ পূৰণৰ সক্ষমতা ৰক্ষা কৰে।

(জ) সেউজ অৰ্থনীতি
উত্তৰ: সেউজ অৰ্থনীতি (Green Economy) হৈছে এনে অৰ্থনীতিৰ প্ৰকৃতি যি পৰিৱেশৰ সুৰক্ষা আৰু বহনক্ষম উন্নয়ন নিশ্চিত কৰে।


২। দৰিদ্ৰতাৰ সীমাৰেখা কি? গাঁও অঞ্চল আৰু চহৰ অঞ্চলৰ দৰিদ্ৰতাৰ সীমাৰেখা কি?
উত্তৰ: দৰিদ্ৰতাৰ সীমাৰেখা হৈছে বিতৰণৰ এক নিম্নতম সীমা, যি দেশৰ জনসাধাৰণক দৰিদ্ৰ আৰু অদৰিদ্ৰ বুলি ভাগ কৰে। ভাৰতত কেলৰি ভিত্তিক ব্যাখ্যা প্ৰচলিত।

  • গাঁও অঞ্চল: দৈনিক ২৪০০ কেলৰি আহৰণ নকৰিলে দৰিদ্ৰ।
  • চহৰ অঞ্চল: দৈনিক ২১০০ কেলৰি আহৰণ নকৰিলে দৰিদ্ৰ।

৩। ২০১১ চনৰ লোকপিয়লমতে ভাৰতবৰ্ষ আৰু অসমৰ জনসংখ্যা কিমান?
উত্তৰ:

  • ভাৰতবৰ্ষ: প্ৰায় ১২১ কোটি।
  • অসম: প্ৰায় ৩ কোটি ১২ লাখ।

৪। বিশ্বৰ মাটিকালিৰ কিমান শতাংশ ভাৰতত আছে?
উত্তৰ: বিশ্বৰ মাটিকালিৰ ২.৪% ভাৰতত আছে।

৫। ভাৰতৰ সৰ্বাধিক লিংগ অনুপাত থকা ৰাজ্য কোনখন আৰু কিমান?
উত্তৰ: কেৰালা; ১০৮৪ (প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে)।

৬। অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান?
উত্তৰ: ২০১১ চনৰ লোকপিয়ল মতে ৩৯৭ জন/বৰ্গকিমি।

৭। ছদ্মবেশী নিবনুৱা কাক কয়?
উত্তৰ: ছদ্মবেশী বা প্ৰছন্ন নিবনুৱা (Disguised unemployment) হৈছে যিসকল কৰ্মচাৰী দেখাত ব্যস্ত, কিন্তু মুঠ উৎপাদনত সামান্য অৱদান দিয়ে। উদাহৰণঃ পাঁচজন মানুহে কাম কৰিব পাৰে, কিন্তু ৮–১০ নিযুক্ত।

৮। মুদ্রাস্ফীতি কি?
উত্তৰ: মুদ্রাস্ফীতি হৈছে সাধাৰণ মূল্যস্তৰৰ বৃদ্ধি; ইয়াত বস্তুৰ মূল্য বৃদ্ধি পায়, মুদ্ৰাৰ মূল্য কমে।

৯। মুদ্রাস্ফীতিৰ কাৰণবোৰ কি কি?
উত্তৰ:
১. চাহিদাজনিত (Demand-pull)
২. ব্যয়জনিত (Cost-push)

১০। দমিত মুদ্রাস্ফীতি কাক বোলে?
উত্তৰ: চৰকাৰে দৰ নিয়ন্ত্ৰণ ব্যৱস্থা ব্যৱহাৰ কৰি মূল্য বৃদ্ধি সীমিত কৰিলে তাক দমিত মুদ্রাস্ফীতি (Suppressed Inflation) বুলি কোৱা হয়।

১১। অবিধিগত খণ্ডত শ্ৰমিকৰ সংখ্যা কিমান থাকে?
উত্তৰ: অবিধিগত খণ্ড (Unorganised sector)ত ১০ জনতকৈ কম শ্ৰমিক থাকিলে সেই খণ্ডত গণ্য হয়। ভাৰতত ৯০% মহিলা এই খণ্ডত আছে।

১২। কৰ্মী জনসংখ্যা 
উত্তৰ:কর্মী জনসংখ্যা অনুপাত = (মুঠ কৰ্মী সংখ্যা ÷ মুঠ জনসংখ্যা) × 100

১৩। বহনক্ষম উন্নয়নৰ সংজ্ঞা কোন আয়োগে কেতিয়া আগবঢ়াইছিল?
উত্তৰ: Brundtland আয়োগে ১৯৮৭ চনত আগবঢ়াইছিল।

১৪। পৰিৱেশ চিন্তাবিদসকলে মানুহৰ চিন্তা আৰু কৰ্মৰ মূলমন্ত্র কি হ’ব বিচাৰে?
উত্তৰ: “চিন্তা বিশ্বব্যাপী হওক, কার্যপন্থা স্থানীয় হওক (Think globally; act locally)”।

দীঘল উত্তৰৰ প্ৰশ্ন:

১. ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধি সমস্যাৰ মূল কাৰণসমূহ
উত্তৰ: ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰত জনসংখ্যা বৃদ্ধি এটা গুৰুত্বপূৰ্ণ সমস্যা। মূল কাৰণসমূহৰ ভিতৰত উচ্চ জন্ম হাৰ উল্লেখযোগ্য, কিয়নো মৃত্যুৰ হাৰৰ তুলনাত জন্মৰ হাৰ বেছি। নিৰক্ষৰতা আৰু সামাজিক অজ্ঞতাৰ বাবে পৰিয়াল পৰিকল্পনা আৰু জন্মৰ কুফল সম্বন্ধে যথেষ্ট জ্ঞান নাথাকাত জন্মৰ হাৰ বৃদ্ধি পায়। দৰিদ্ৰতাৰ বাবেও অধিক সন্তান জন্ম হয়, কাৰণ দৰিদ্ৰ লোকসকলে উপাৰ্জন বৃদ্ধি হ’ব বুলি ভুল ধাৰণাত বিশ্বাস কৰে। বিশেষকৈ অসমত Bangladesh আৰু Nepalৰ পৰা অবৈধ প্ৰব্ৰজন জনসংখ্যাৰ সমস্যাক জটিল কৰিছে। লগতে, স্বাস্থ্য সেৱাৰ উন্নতিৰ ফলত মৃত্যুৰ হাৰ হ্ৰাস পাই জনসংখ্যা বৃদ্ধি হৈছে।


২. দৰিদ্ৰতা আৰু দৰিদ্ৰতাৰ সীমাৰেখা
উত্তৰ: দৰিদ্ৰতা হৈছে এনে অৱস্থা, য’ত এজন ব্যক্তিয়ে খাদ্য, বস্ত্ৰ, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰিবলৈ অক্ষম হয়। দৰিদ্ৰতাৰ সীমাৰেখাই বিতৰণ ৰেখাৰ এটা নিম্নতম সীমা নিৰ্ধাৰণ কৰে, যাৰ দ্বাৰা জনসাধাৰণক দৰিদ্ৰ আৰু অদৰিদ্ৰ বুলি ভাগ কৰা হয়। ভাৰতবৰ্ষত দৰিদ্ৰতাৰ সীমাৰেখা কেলৰি (Calorie) ভিত্তিত নিৰূপণ কৰা হয়। গাঁও অঞ্চলত দৈনিক ২৪০০ কেলৰি আহৰণ নকৰিলে দৰিদ্ৰ বুলি গণ্য কৰা হয়, আৰু চহৰ অঞ্চলত দৈনিক ২১০০ কেলৰি আহৰণ নকৰিলে দৰিদ্ৰ বুলি বিবেচনা কৰা হয়।


৩. মুদ্রাস্ফীতি আৰু নিয়ন্ত্ৰণ পদ্ধতি
উত্তৰ: মুদ্রাস্ফীতি হৈছে সাধাৰণ মূল্যস্তৰৰ বৃদ্ধি, যাৰ ফলত বস্তুৰ মূল্য বৃদ্ধি হয় আৰু মুদ্ৰাৰ ক্রয়ক্ষমতা হ্ৰাস পায়। মুদ্রাস্ফীতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে প্ৰধানকৈ তিনিটা পদ্ধতি গ্ৰহণ কৰে।
(ক) মৌদ্ৰিক নীতি: বেংকৰ হাৰ বৃদ্ধি কৰি ঋণ গ্ৰহণ হ্ৰাস কৰা হয়, যাৰ ফলত বজাৰত মুদ্ৰাৰ পৰিমাণ হ্ৰাস পায়।
(খ) ৰাজকোষীয় নীতি: চৰকাৰে ব্যয় কমোৱা, কৰ আৰোপ কৰা আৰু জনসাধাৰণৰ পৰা ঋণ গ্ৰহণ কৰা ব্যৱস্থা গ্ৰহণ কৰে।
(গ) উৎপাদন বৃদ্ধি নীতি: অব্যৱহৃত সম্পদ ব্যৱহাৰ কৰি উৎপাদন বৃদ্ধি কৰা হয়, যাতে চাহিদাৰ তুলনাত যোগান বৃদ্ধি পায়।


৪. নিবনুৱা সমস্যা আৰু মূল কাৰণসমূহ
উত্তৰ: নিবনুৱা হৈছে সেইসকল ব্যক্তি যাৰ কৰ্মক্ষমতা আৰু ইচ্ছা আছে, কিন্তু উপযুক্ত সংস্থাপন নাপায়। গ্ৰাম্য নিবনুৱাৰ ভিতৰত ঋতুজ নিবনুৱা আৰু ছদ্মবেশী/প্ৰছন্ন নিবনুৱা প্ৰধান। চহৰীয়া নিবনুৱাৰ ভিতৰত ঔদ্যোগিক নিবনুৱা আৰু শিক্ষিত নিবনুৱা উল্লেখযোগ্য। মূল কাৰণসমূহৰ ভিতৰত আছে: দ্রুত জনসংখ্যা বৃদ্ধি, নিয়োগ বিহীন উন্নয়ন, স্থবিৰ কৃষি উন্নয়ন, মন্থৰ ঔদ্যোগীকৰণ আৰু ত্রুটিপূর্ণ শিক্ষা ব্যৱস্থা।

৫। চমুটোকা লিখা:

(ক) ঋতুজ নিবনুৱা:
ঋতুজ নিবনুৱা (Seasonal unemployment) হৈছে গ্ৰাম্য নিবনুৱাৰ এক শ্ৰেণী। এই শ্ৰেণীৰ লোকসকল বছৰৰ এটা বিশেষ সময়তহে নিযুক্ত থাকে, বাকী সময়ত বনুৱা হয়। যেনে, কৃষিকাজত জড়িত লোকসকল বছৰৰ সকলো সময়তে কাম নাথাকাত ঋতুজ নিবনুৱা হয়। কৃষিকাজ এক ঋতুভিত্তিক কাৰ্য্য হোৱাৰ বাবে লোকসকলে বছৰৰ কোনো নিৰ্দিষ্ট সময়তহে আয় উপাৰ্জন কৰিব পাৰে, বাকী সময়ত তেওঁলোকৰ কৰ্মসংস্থান নাথাকে। এই ধৰণৰ নিবনুৱা মূলত কৃষি-ভিত্তিক অঞ্চলত দেখা যায়।

(খ) চাহিদাজনিত আৰু ব্যয়জনিত মুদ্রাস্ফীতি:

  • চাহিদাজনিত মুদ্রাস্ফীতি (Demand pull inflation): এই ধৰণৰ মুদ্রাস্ফীতি হয় যেতিয়া জনসাধাৰণৰ চাহিদা কোনো সামগ্ৰী বা সেৱাৰ ওপৰত বৃদ্ধি পায়, কিন্তু যোগান সেই অনুসৰি বৃদ্ধি নাপায়। ফলত মূল্যস্তৰ বৃদ্ধি হয়। মূল কাৰণ হ’ল মানুহৰ হাতত অধিক মুদ্ৰা বা ক্রয়ক্ষমতা থকা, যাৰ ফলত সামগ্ৰীৰ চাহিদা বৃদ্ধি পায়।
  • ব্যয়জনিত মুদ্রাস্ফীতি (Cost-push inflation): এই ধৰণৰ মুদ্রাস্ফীতি উৎপাদনৰ ব্যয় বৃদ্ধি হোৱাৰ ফলত হয়। ব্যয় বৃদ্ধি হ’লে কোম্পানীসমূহ সামগ্ৰী বা সেৱাৰ মূল্য বৃদ্ধি কৰে, ফলত মূল্যস্তৰ বৃদ্ধি হয়। মূল কাৰকসমূহ হ’ল মজুৰি বৃদ্ধি, লাভ বৃদ্ধি আৰু দ্ৰব্যৰ ওপৰত কৰৰ বোজা।

(গ) বহনক্ষম উন্নয়ন:
বহনক্ষম উন্নয়ন (Sustainable Development) হৈছে এনে এক অৰ্থনৈতিক আৰু সামাজিক উন্নয়ন যি বৰ্তমান প্ৰজন্মৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম হয়, কিন্তু তাৰ লগে লগে ভৱিষ্যৎ প্ৰজন্মৰ প্ৰয়োজন পূৰণৰ ক্ষমতাত কোনো ধৰণৰ আপোচ নহয়। ইয়াৰ মূল উদ্দেশ্য হৈছে প্ৰাকৃতিক সম্পদ আৰু পৰিৱেশ সুৰক্ষিত ৰাখি উন্নয়ন নিশ্চিত কৰা। ১৯৮৭ চনত Brundtland আয়োগে (World Commission on Environment and Development) এই ধাৰণাটো আগবঢ়াইছিল। বহনক্ষম উন্নয়ন নীতি অনুসৰণ নকৰিলে ভৱিষ্যৎ প্ৰজন্মৰ বাবে সম্পদহীন, পৰিৱেশ সংকটগ্ৰস্ত পৃথিৱী এৰি যাব লগা সম্ভাৱনা থাকে।

(ঘ) সেউজ অর্থনীতি:
সেউজ অর্থনীতি (Green Economy) হৈছে এনে অৰ্থনীতিৰ প্ৰকৃতি যি পৰিৱেশৰ প্ৰতি থকা দায়িত্বশীলতা বজাই ৰাখি বহনক্ষম উন্নয়ন লাভৰ লক্ষ্য ৰখে। ইয়াত মূল বিষয় হৈছে পৰিৱেশ সুৰক্ষা, সম্পদৰ সদ্ব্যৱহাৰ, আৰু সামাজিক আৰু অৰ্থনৈতিক কল্যাণ নিশ্চিত কৰা। পৰিৱেশ সচেতন ব্যক্তিসকলৰ বাবে ইয়াৰ মূলমন্ত্ৰ হৈছে: “চিন্তা বিশ্বব্যাপী হওক, কার্যপন্থা স্থানীয় হওক” (Think globally; act locally)। সেউজ অর্থনীতিৰ লক্ষ্য হৈছে উন্নয়ন আৰু পৰিৱেশৰ সমন্বয় নিশ্চিত কৰি প্ৰাকৃতিক সম্পদৰ স্থায়িত্ব বজাই ৰখা।

(ঙ) মুক্ত আৰু দমিত মুদ্রাস্ফীতি:

  • মুক্ত মুদ্রাস্ফীতি (Open Inflation): যেতিয়া কোনো দেশৰ মূল্যস্তৰৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাথাকে আৰু দৰ অবাধে বৃদ্ধি হয়, তেন্তে সেই অৱস্থাক মুক্ত মুদ্রাস্ফীতি বুলি কোৱা হয়। ইয়াত বেছিভাগ সময়তে চাহিদা বৃদ্ধি বা সামগ্ৰীৰ অভাৱৰ বাবে মূল্যবৃদ্ধি হয়।
  • দমিত মুদ্রাস্ফীতি (Suppressed Inflation): যেতিয়া চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি দৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰে—যেনে ৰাজহুৱা বিতৰণ ব্যৱস্থা, চৰকাৰী ভাবে দৰ নিৰ্ধাৰণ—তেনে নিয়ন্ত্ৰণমূলক ব্যৱস্থাই দৰ বৃদ্ধিৰ হাৰ কমাই থৈ দৰ নিয়ন্ত্ৰণ কৰে। এই অৱস্থাক দমিত মুদ্রাস্ফীতি বুলি কোৱা হয়।

SEBA Class 9 Social Science Economics Chapter 2 মূল অর্থনৈতিক সমস্যাসমূহ প্রশ্ন আৰু উত্তৰ – Complete Exam Guide

SEBA Class 9 Social Science Economics Chapter 2 মূল অর্থনৈতিক সমস্যাসমূহ প্রশ্ন আৰু উত্তৰ provide a clear explanation of the fundamental economic problems faced by every economy. These SEBA Class 9 Social Science Economics Chapter 2 মূল অর্থনৈতিক সমস্যাসমূহ প্রশ্ন আৰু উত্তৰ help students understand scarcity, choice, and allocation of resources in a simple and exam-oriented way.

Regular revision of SEBA Class 9 Social Science Economics Chapter 2 মূল অর্থনৈতিক সমস্যাসমূহ প্রশ্ন আৰু উত্তৰ strengthens conceptual clarity and improves answer-writing skills. Every solution in the SEBA Class 9 Social Science Economics Chapter 2 মূল অর্থনৈতিক সমস্যাসমূহ প্রশ্ন আৰু উত্তৰ section follows the official SEBA / ASSEB exam pattern for short and long questions.

This page includes complete and syllabus-aligned SEBA Class 9 Social Science Economics Chapter 2 মূল অর্থনৈতিক সমস্যাসমূহ প্রশ্ন আৰু উত্তৰ prepared for the 2026–27 academic session. By practising SEBA Class 9 Social Science Economics Chapter 2 মূল অর্থনৈতিক সমস্যাসমূহ প্রশ্ন আৰু উত্তৰ regularly, students can confidently attempt board examination questions.

If you are searching for reliable and updated SEBA Class 9 Social Science Economics Chapter 2 মূল অর্থনৈতিক সমস্যাসমূহ প্রশ্ন আৰু উত্তৰ, this SEBA Class 9 Social Science Economics Chapter 2 মূল অর্থনৈতিক সমস্যাসমূহ প্রশ্ন আৰু উত্তৰ guide will help you score better marks in SEBA and ASSEB examinations.

FAQs – SEBA / ASSEB Class 9 Social Science Economics Chapter 2 মূল অর্থনৈতিক সমস্যাসমূহ

1. SEBA Class 9 Social Science Economics Chapter 2 মূল অর্থনৈতিক সমস্যাসমূহ প্রশ্ন আৰু উত্তৰ 2026–27 syllabus অনুসৰি নে?

হয়। এই SEBA Class 9 Social Science Economics Chapter 2 মূল অর্থনৈতিক সমস্যাসমূহ প্রশ্ন আৰু উত্তৰ সম্পূৰ্ণৰূপে 2026–27 SEBA / ASSEB syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।

2. মূল অর্থনৈতিক সমস্যাসমূহ কি কি?

মূল অর্থনৈতিক সমস্যাসমূহ হৈছে কি উৎপাদন কৰিব, কেনেকৈ উৎপাদন কৰিব আৰু কাক উৎপাদন কৰিব।

3. অৰ্থনৈতিক সমস্যা কিহৰ ফলত সৃষ্টি হয়?

সম্পদৰ সীমাবদ্ধতা আৰু মানুহৰ অসীম চাহিদাৰ বাবে অৰ্থনৈতিক সমস্যা সৃষ্টি হয়।

4. ‘কাক উৎপাদন কৰিব’ বুলিলে কি বুজায়?

‘কাক উৎপাদন কৰিব’ মানে উৎপাদিত বস্তু কোন কোন লোকৰ মাজত বিতৰণ কৰা হ’ব সেই সিদ্ধান্ত।

5. এই SEBA Class 9 Social Science Economics Chapter 2 মূল অর্থনৈতিক সমস্যাসমূহ প্রশ্ন আৰু উত্তৰ HSLC Examination ৰ বাবে সহায়ক নে?

হয়। এই অধ্যায় HSLC Examination ৰ বাবে অতি গুৰুত্বপূর্ণ।

6. এই Solutions SEBA আৰু ASSEB দুয়ো বোৰ্ডৰ বাবে প্ৰযোজ্য নে?

হয়। এই সমাধানসমূহ SEBA আৰু ASSEB Class 9 Social Science syllabus অনুসৰি প্ৰস্তুত কৰা হৈছে।

7. এই SEBA Class 9 Social Science Economics Chapter 2 মূল অর্থনৈতিক সমস্যাসমূহ প্রশ্ন আৰু উত্তৰ নিয়মিত আপডেট কৰা হয় নে?

হয়। Academic session আৰু syllabus পৰিবর্তন অনুসৰি এই সমলসমূহ নিয়মিতভাৱে আপডেট কৰা হয়।

🎓 About Assam Eduverse

Assam Eduverse is the best educational platform in Assam, offering SEBA, AHSEC (ASSEB), SCERT, CBSE, and Assam Board Solutions along with study materials, notes, and exam preparation guides to help students learn smarter and score higher.

Our expert-prepared answers and MCQs follow the latest Assam Board Syllabus and NCERT Syllabus. We make learning simple, accessible, and effective for all students preparing for board or competitive exams.📘 Visit Assam Eduverse for free Assam Board Solutions, notes, and Study Materials prepared by experts.

Leave a Comment